আপুনি Facebook-ত লগইন কৰিবলৈ বা যোগদান কৰিবলৈ বিচাৰে নেকি?
আপোনাৰ Facebook একাউণ্টত লগইন কৰক
আপোনাৰ ম'বাইল ব্ৰাউজাৰত Facebook একাউণ্টত লগইন কৰক
  1. আপোনাৰ ম’বাইল ব্ৰাউজাৰত m.facebook.com লৈ যাওক।
  2. নিম্নলিখিতবোৰৰ যিকোনো এটা প্ৰবিষ্ট কৰক:
    • ইমেইল: আপুনি আপোনাৰ Facebook একাউণ্টত থকা সূচীৰ যিকোনো ইমেইলৰে লগইন কৰিব পাৰে।
    • ম'বাইল নম্বৰ: যদি আপোনাৰ নিজৰ একাউণ্টত ম’বাইল ফোন নম্বৰ নিশ্চিত কৰা আছে, সেইটো আপুনি ইয়াত প্ৰবিষ্ট কৰিব পাৰে (দেশ ক’ড, বা যিকোনো চিহ্নৰ আগত কোনো শূন্য যোগ নকৰিব)।
    • ব্যৱহাৰকাৰীৰ নাম: যদি আপুনি ছেট আপ কৰি লৈছে, তেন্তে আপুনি ব্যৱহাৰকাৰীৰ নাম ব্যৱহাৰ কৰিও লগইন কৰিব পাৰে।
  3. আপোনাৰ পাছৱৰ্ড প্ৰৱিষ্ট কৰক আৰু লগইন কৰক-ত টিপক।
আপোনাৰ একাউণ্টত লগইন কৰাৰ এটা সুৰক্ষিত আৰু অধিক সুবিধাজনক উপায় পাবলৈ আপুনি পাছৱৰ্ড দিয়াৰ পৰিৱৰ্তে পাছকীও ব্যৱহাৰ কৰিব পাৰে। Facebook-ত পাছকীৰ বিষয়ে অধিক জানক।
লগইন কৰোঁতে যদি আপোনাৰ সমস্যা হৈছে
অসমীয়া
+
Meta © 2025